ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বনোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বনোৱা   বিশেষ্য

ಅರ್ಥ : বনোৱাৰ কাম

ಉದಾಹರಣೆ : চাইকেলখন বনোৱাত এঘণ্টা সময় লʼলে

বনোৱা   ক্ৰিয়া

ಅರ್ಥ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

ಉದಾಹರಣೆ : আমি দুগোল দিলোঁ

ಸಮಾನಾರ್ಥಕ : কৰা, দিয়া

ಅರ್ಥ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা

ಉದಾಹರಣೆ : বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে

ಸಮಾನಾರ್ಥಕ : নিযুক্ত কৰা

ಅರ್ಥ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

ಉದಾಹರಣೆ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

ಸಮಾನಾರ್ಥಕ : উঠোৱা, গঁথ্া, সজা, সাজি থকা

ಅರ್ಥ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

ಉದಾಹರಣೆ : কুমাৰে কলহ নি্র্মাণ কৰে

ಸಮಾನಾರ್ಥಕ : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা

ಅರ್ಥ : ঘৰ বা দেৱাল আদি বনোৱা

ಉದಾಹರಣೆ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

ಸಮಾನಾರ್ಥಕ : উঠোৱা, সজা

ಅರ್ಥ : কোনো ৰূপলৈ অনা

ಉದಾಹರಣೆ : তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে

ಅರ್ಥ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

ಉದಾಹರಣೆ : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

ಸಮಾನಾರ್ಥಕ : কৰা, সজোৱা