ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এক শ্রেণীৰ উদ্ভিদ, যি কাঠহীন
ಉದಾಹರಣೆ : দূবৰি, ্ ঘাঁহ আদি বন
ಸಮಾನಾರ್ಥಕ : গুল্ম, গুল্ম উদ্ভিদ
ಅರ್ಥ : তৃণভোজী জন্তুৱে খোৱা মাটিত গজা চাপৰ উদ্ভিদ
ಉದಾಹರಣೆ : গৰুজনীয়ে ঘাঁহনিত ্ ঘাঁহ খাই আছে
ಸಮಾನಾರ್ಥಕ : ঘাঁহ, তৃণ
ಅರ್ಥ : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
ಉದಾಹರಣೆ : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
ಸಮಾನಾರ್ಥಕ : অটবী, অৰণ্য, অৰণ্যানী, কানন, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
ಅರ್ಥ : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
ಉದಾಹರಣೆ : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
ಸಮಾನಾರ್ಥಕ : অৰণ্য, জংঘল
ಸ್ಥಾಪನೆ