ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়
ಉದಾಹರಣೆ : আজি শচীনে ভাল খেলিলে
ಸಮಾನಾರ್ಥಕ : ভাল, ভালদৰে
ಅರ್ಥ : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে
ಉದಾಹರಣೆ : মোৰ ভাল , আপোনাৰ ভালনে ?
ಸಮಾನಾರ್ಥಕ : ভাল
ಅರ್ಥ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
ಉದಾಹರಣೆ : মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
ಅರ್ಥ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
ಉದಾಹರಣೆ : এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল
ಸ್ಥಾಪನೆ