ಅರ್ಥ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা
ಉದಾಹರಣೆ :
সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল
ಸಮಾನಾರ್ಥಕ : ৰোৱা
ಅರ್ಥ : বহুত বস্তৰ মাজৰ পৰা কিছুমান মনপচন্দৰ বস্তু বেলেগ কৰা
ಉದಾಹರಣೆ :
কাপোৰৰ দোকানৰ পৰা নিজৰ বাবে মই দহখন শাৰী পচন্দ কৰিলো
ಸಮಾನಾರ್ಥಕ : পচন্দ কৰা
ಅರ್ಥ : শস্যত থকা কুটা বা ভুচি আদি পৃথক কৰা কার্য
ಉದಾಹರಣೆ :
মায়ে চাউল বাচি আছে