ಅರ್ಥ : যʼত ফুল ফুলি আছে
ಉದಾಹರಣೆ :
এই ফুলযুক্ত উদ্ভিদ জোপাই বাগিছাখনত শোভা বর্ধন কৰি আছে
ಅರ್ಥ : যʼত বুটা বা ফুল-পাত আদি কঢ়া বা তোলা হৈছে
ಉದಾಹರಣೆ :
চালমাই ভোজমেলত বহুত ধুনীয়া ৰঙা ৰঙৰ ফুলাম শাৰী পিন্ধি আছিল
ಸಮಾನಾರ್ಥಕ : ফুলাম
ಅರ್ಥ : ফুলৰ কাৰণে প্রসিদ্ধ উদ্ভিদ বিশেষ
ಉದಾಹರಣೆ :
বাগিছাত বহুত ধুনীয়া ধুনীয়া সপুষ্পক উদ্ভিদ আছিল
ಸಮಾನಾರ್ಥಕ : সপুষ্পক