ಅರ್ಥ : ফিনলেণ্ডৰ সৈতে সম্বন্ধ থকা বা ফিনলেণ্ডৰ
ಉದಾಹರಣೆ :
ফিনলেণ্ডীয় খেলৰ ভিতৰত হকী খেল অতি প্রসিদ্ধ
ಅರ್ಥ : ফিনলেণ্ডৰ ভাষাৰ সৈতে সম্বন্ধ থকা বা ফিনলেণ্ডৰ
ಉದಾಹರಣೆ :
সমীক্ষকে ফিনলেণ্ডীয় সাহিত্যৰ সমীক্ষাত মনোনিৱেশ কৰি আছে