ಅರ್ಥ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন
ಉದಾಹರಣೆ :
অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে
ಸಮಾನಾರ್ಥಕ : জাল
ಅರ್ಥ : এক প্রকাৰৰ নিগনি ধৰা সজা
ಉದಾಹರಣೆ :
নিগনি ধৰা ফান্দত এটা নিগনি পৰিল
ಸಮಾನಾರ್ಥಕ : নিগনি ধৰা ফান্দ, নিগনি মৰা ফান্দ
ಅರ್ಥ : ৰচী, তাৰ আদিৰ এনে এক পাশ যʼত পৰিলে জীব বান্ধ খাই পৰে আৰু বান্ধোন টান হৈ গʼলে মৰিবও পাৰে
ಉದಾಹರಣೆ :
চিকাৰীয়ে শহাটোক ফান্দত পেলালে
ಸಮಾನಾರ್ಥಕ : পাশ