ಅರ್ಥ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
ಉದಾಹರಣೆ :
তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
ಸಮಾನಾರ್ಥಕ : ফটা
ಅರ್ಥ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
ಉದಾಹರಣೆ :
শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
ಸಮಾನಾರ್ಥಕ : আঁতৰি যোৱা, আঁ্তৰা, ফটা
ಅರ್ಥ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
ಉದಾಹರಣೆ :
গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
ಸಮಾನಾರ್ಥಕ : ফটা
ಅರ್ಥ : শুকাই যোৱা বা কোঁচখাই যোৱাৰ কাৰণে ফটা এক অৱস্থা
ಉದಾಹರಣೆ :
জাৰকালি শৰীৰত তেল নলগালে ছাল ফাটি যায়
ಸಮಾನಾರ್ಥಕ : চিৰাচিৰ হোৱা
ಅರ್ಥ : শুকাই যোৱাৰ কাৰণে ফাটি যোৱা এক অৱস্থা
ಉದಾಹರಣೆ :
খৰাং বতৰৰ কাৰণে মাটি ফাটি গʼল
ಸಮಾನಾರ್ಥಕ : চিৰাল ফটা দিয়া