ಅರ್ಥ : যি পোনপটীয়া বা স্পষ্টভাৱে সন্মুখলৈ নাহি অকোৱা-পকোৱাকৈ বা অন্য ফালেদি আহে
ಉದಾಹರಣೆ :
সেই কামটো কৰিবৰ কাৰণে মই পৰোক্ষ পন্থা হাতত লʼব লাগিব
ಸಮಾನಾರ್ಥಕ : অপ্রত্যক্ষ
ಅರ್ಥ : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
ಉದಾಹರಣೆ :
ঈশ্বৰ ইন্দ্রিয়াতীত
ಸಮಾನಾರ್ಥಕ : অতিন্দ্রিয়, অপ্রত্যক্ষ, অলৌকিক, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত