ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পৰীক্ষা কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পৰীক্ষা কৰা   ক্ৰিয়া

ಅರ್ಥ : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা

ಉದಾಹರಣೆ : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে

ಸಮಾನಾರ್ಥಕ : প্রমাণ কৰা, পৰীক্ষণ কৰা

ಅರ್ಥ : শৰীৰত কোনো ৰোগ আছে নে নাই অথবা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা কার্য

ಉದಾಹರಣೆ : চিকিৎসকে শুই থকা ৰোগীজনক পৰীক্ষা কৰিছে

ಅರ್ಥ : পৰীক্ষণৰ কাম কৰা কার্য

ಉದಾಹರಣೆ : পোন্ধৰখন বহীৰ পৰীক্ষা কৰা হʼল

ಸಮಾನಾರ್ಥಕ : নিৰীক্ষণ কৰা

ಅರ್ಥ : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে কোনো শাৰীৰিক পদার্থক কোনো যন্ত্র, ৰাসায়নিক প্রক্রিয়া আদিৰ সহায়ত চোৱা-চিতা কৰা কার্য

ಉದಾಹರಣೆ : চিকিৎসকে গৱেষণাগাৰত তেজৰ পৰীক্ষা কৰিছে

ಅರ್ಥ : কোনো কামৰ বাবে ব্যক্তি বা বস্তু আদি যোগ্য হয় নে নহয় বিচাৰ কৰি চোৱা:তেওঁ ্ মোৰ কামৰ বাবে উপযুক্ত হয় নে নহয় এই সৰু কামটোৰ দ্বাৰা মই পৰীক্ষা কৰিছো

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : পৰখ কৰা