ಅರ್ಥ : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
ಉದಾಹರಣೆ :
ৰামুৱে মজলিচত পাণ বিলাই আছিল
ಸಮಾನಾರ್ಥಕ : বিলোৱা
ಅರ್ಥ : আহাৰ সন্মুখত ৰখা
ಉದಾಹರಣೆ :
তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
ಸಮಾನಾರ್ಥಕ : সজোৱা