ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
ಉದಾಹರಣೆ : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
ಸಮಾನಾರ್ಥಕ : ইতিকিং, উপহাস, উপহাস্যতা, ঠাট্টা, পেংলাই, ভেঙুচালি
ಅರ್ಥ : অকাৰণ বা বিনা কাৰণৰ হাস্য বা হাঁহি
ಉದಾಹರಣೆ : কিছুমান লোকৰ উপহাস কৰাৰ স্বভাৱ থাকে
ಸಮಾನಾರ್ಥಕ : উপহাস
ಸ್ಥಾಪನೆ