ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বিষয় বা কথাৰ অন্তিম বা চৰম সীমা
ಉದಾಹರಣೆ : কোনেও নিজৰ অধিকাৰৰ পৰিসীমা লংঘন কৰিব নালাগে
ಅರ್ಥ : যি ঠাইত সীমা শেষ হৈছে
ಉದಾಹರಣೆ : এই জুৰিটোৱেই মোৰ গাঁৱৰ শেষ সীমা
ಸಮಾನಾರ್ಥಕ : চৰমসীমা, শেষ সীমা, শেষসীমা, সীমান্ত
ಅರ್ಥ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
ಉದಾಹರಣೆ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
ಸಮಾನಾರ್ಥಕ : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, বেষ্টনি, বেৰণ, বেৰা, মেৰ
ಸ್ಥಾಪನೆ