ಅರ್ಥ : কোনো সামগ্রীৰ উপযুক্ত স্থানত থোৱা ক্রম
ಉದಾಹರಣೆ :
কোঠাটোৰ সকলোবোৰ বস্তু পৰিপাটি কৈ ৰাখি থোৱা আছিল
ಸಮಾನಾರ್ಥಕ : আটোমটোকাৰি, চিজিল
ಅರ್ಥ : যিটোৰ ভালদৰে ব্যৱস্থা কৰা হৈছে
ಉದಾಹರಣೆ :
তেওঁ খেলিমেলি হৈ থকা বস্তুবোৰ পৰিপাটি কৰিলে
ಸಮಾನಾರ್ಥಕ : নিয়াৰি, সুবিন্যস্ত, সুশৃংখলিত