ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পৰিধি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পৰিধি   বিশেষ্য

ಅರ್ಥ : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে

ಉದಾಹರಣೆ : পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে

ಸಮಾನಾರ್ಥಕ : কক্ষ

ಅರ್ಥ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

ಉದಾಹರಣೆ : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

ಸಮಾನಾರ್ಥಕ : মণ্ডল

ಅರ್ಥ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

ಉದಾಹರಣೆ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

ಸಮಾನಾರ್ಥಕ : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা, মেৰ

ಅರ್ಥ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ

ಉದಾಹರಣೆ : এই বৃত্তটোৰ পৰিধি হিচাপ কৰা

ಸಮಾನಾರ್ಥಕ : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা