ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পৰিত্যাগ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পৰিত্যাগ   বিশেষ্য

ಅರ್ಥ : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য

ಉದಾಹರಣೆ : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে

ಸಮಾನಾರ್ಥಕ : এৰা, ত্যাগ

ಅರ್ಥ : কোনো কাম বা ঘটনাৰ পৰা পূর্ণৰূপে আঁতৰি থাকিবৰ কাৰণে কৰা কোনো কার্য

ಉದಾಹರಣೆ : তেওঁ সকলো কামতে পৰিত্যাগ কৰাৰ স্বভাৱ এটা আছে

ಸಮಾನಾರ್ಥಕ : পৰি্বর্জন, পৰি্বর্জ্জন

ಅರ್ಥ : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য

ಉದಾಹರಣೆ : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল

ಸಮಾನಾರ್ಥಕ : উৎসর্গ, এৰা, ত্যাগ