ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নিজ কুলৰ লোক
ಉದಾಹರಣೆ : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
ಸಮಾನಾರ್ಥಕ : আত্মীয়, কুটুম, কুটুম্ব
ಅರ್ಥ : একেখন ঘৰৰে মানুহ
ಉದಾಹರಣೆ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
ಸಮಾನಾರ್ಥಕ : আত্মীয়, ঘৰ, পৰিবাৰ, পৰিয়াল
ಅರ್ಥ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
ಉದಾಹರಣೆ : মনোহৰজী মোৰ আপোন খুৰা
ಸಮಾನಾರ್ಥಕ : আত্মীয়, আপোন, স্বজন
ಸ್ಥಾಪನೆ