ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বিশেষ দল বা শ্রেণীৰ সকলো লোকে পৰিধান কৰিবৰ কাৰণে নি্র্ধাৰিত কৰি দিয়া একে ৰঙৰ কাপোৰ বিশেষ
ಉದಾಹರಣೆ : ভাৰতবর্ষত পুলিচে খাকী পোছাক পৰিধান কৰে
ಸಮಾನಾರ್ಥಕ : ইউনি্ফর্ম, পোছাক
ಅರ್ಥ : পিন্ধা কাপোৰ
ಉದಾಹರಣೆ : আজি বিদ্যালয়ত সকলোৱে পৰম্পৰাগত পোচাক পৰিধান কৰিছে
ಸಮಾನಾರ್ಥಕ : কাপোৰ-কানি, পোচাক, পোচাক-পৰিচ্ছদ, বসন-ভূষণ, বস্ত্র, বেশ-ভূষা, সাজ-পাৰ, সাজ-পোচাক, সাজপাৰ
ಸ್ಥಾಪನೆ