ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পৰিচাৰিকা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পৰিচাৰিকা   বিশেষ্য

ಅರ್ಥ : ৰোগী তথা নৱজাতক শিশুৰ সেৱাৰ বাবে প্রশিক্ষিত মহিলা

ಉದಾಹರಣೆ : মোৰ ননদে বোম্বে হস্পিতেলত নার্চ কৰে

ಸಮಾನಾರ್ಥಕ : চিষ্টাৰ, নার্চ

ಅರ್ಥ : ঘৰুৱা কাম-কাজ কৰা তথা সেৱা আগবঢ়ায়

ಉದಾಹರಣೆ : আজিকালি কাম-বন কৰিবৰ কাৰণে মহিলাসকলে চাকৰণিৰ ওপৰত অধিক নি্র্ভৰ কৰে

ಸಮಾನಾರ್ಥಕ : কিংকৰী, কিঙ্কৰী, চাকৰণী, দাসী, বান্দী, বেটী, লিগিৰী

ಅರ್ಥ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

ಉದಾಹರಣೆ : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

ಸಮಾನಾರ್ಥಕ : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক