ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কি হʼব লাগে বা কি হোৱা উচিত সেইয়া নিজৰ মাজতে লগহৈ জনা কার্য
ಉದಾಹರಣೆ : প্রধানমন্ত্রীয়ে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সকলো মন্ত্রীৰ পৰা পৰামর্শ বিচাৰিলে
ಸಮಾನಾರ್ಥಕ : দিহা-পৰামর্শ
ಅರ್ಥ : যি কথাৰ প্রতি কাৰোবাৰ মন আকর্ষিত হোৱা নাই সেই ফালে তেওঁৰ মনোযোগ অনাৰ কাৰণে কোৱা কোনো কথা
ಉದಾಹರಣೆ : এই বিষয়ে আপুনিও নিজৰ পৰামর্শ দিব পাৰে
ಸಮಾನಾರ್ಥಕ : মতামত, মন্তব্য, ্ৰায়
ಸ್ಥಾಪನೆ