ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বাহু বা শৰীৰৰ বিশেষ ধৰণৰ বল যাৰ দ্বাৰা মানুহে কোনো ডাঙৰ কাম কৰিব পাৰে
ಉದಾಹರಣೆ : ভৰতৰ বাহুবলৰ অনুমান কোনোৱে কৰিব পৰা নাছিল
ಸಮಾನಾರ್ಥಕ : বাহুবল, শাৰীৰিক শক্তি
ಅರ್ಥ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
ಉದಾಹರಣೆ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
ಸಮಾನಾರ್ಥಕ : জোৰ, তেজ, বল, শকতি, শক্তি
ಅರ್ಥ : বীৰ হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : ৰাণী লক্ষ্মীবাঈৰ বীৰত্ব জগত খ্যাত
ಸಮಾನಾರ್ಥಕ : বিক্রম, বীৰত্ব, শৌর্য, ্পৌৰুষ
ಸ್ಥಾಪನೆ