ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পৰা   বিশেষ্য

ಅರ್ಥ : পৰা কার্য

ಉದಾಹರಣೆ : ছাদৰ পৰা তেওঁ ্পৰা কোনেও নেদেখিলে

পৰা   ক্ৰিয়া

ಅರ್ಥ : দুখ, কষ্ট আদি ওলাই অহা

ಉದಾಹರಣೆ : তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল

ಅರ್ಥ : বেমাৰ হৈ বিছনাত পৰি থকা

ಉದಾಹರಣೆ : ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে

ಅರ್ಥ : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা

ಉದಾಹರಣೆ : ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে

ಅರ್ಥ : উৎপন্ন হোৱা

ಉದಾಹರಣೆ : আজি গাখীৰৰ ওপৰত মলাই পৰিল

ಅರ್ಥ : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা

ಉದಾಹರಣೆ : এই গাড়ীখনত কিমান দাম পৰিল

ಅರ್ಥ : মূল্য অৱনমিত হোৱা বা কমি অহা

ಉದಾಹರಣೆ : আজিকালি সোণৰ দাম নামিছে

ಸಮಾನಾರ್ಥಕ : কমা, নমা

ಅರ್ಥ : আৱশ্যকতা হোৱা

ಉದಾಹರಣೆ : আমি মাজত কথা কʼবলৈনো কি গৰজ পৰিছে

ಸಮಾನಾರ್ಥಕ : গৰজ পৰা

ಅರ್ಥ : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???

ಉದಾಹರಣೆ : তেওঁ ্ চাঁদৰ পৰা পৰিল ঘটিৰ গাখীৰখিনি বাগৰি পৰিল

ಸಮಾನಾರ್ಥಕ : (বাগৰি পৰা, লুটি খাই পৰা)

ಅರ್ಥ : প্রবিষ্ট হোৱা

ಉದಾಹರಣೆ : ঘিউখিনিত চৰাইটো পৰিল

ಅರ್ಥ : মাজত আহি যোৱা কার্য

ಉದಾಹರಣೆ : এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা

ಅರ್ಥ : অভ্যাসত পৰিণত হোৱা এক অৱস্থা

ಉದಾಹರಣೆ : তেওঁৰ মদ ্খোৱাৰ গতত পৰিল

ಅರ್ಥ : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা

ಉದಾಹರಣೆ : গছৰ তলত বহুত গুটি পৰি আছে

ಅರ್ಥ : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা

ಉದಾಹರಣೆ : তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে

ಸಮಾನಾರ್ಥಕ : পৰি থকা