ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ প্লাষ্টাৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

প্লাষ্টাৰ   বিশেষ্য

ಅರ್ಥ : হাড়-ভগা আদিত ৰাসায়নিক পদার্থৰ সৈতে মিলাই লেপি দিয়া পটী, যি খুউব টান

ಉದಾಹರಣೆ : প্লাষ্টাৰৰ সহায়ত ভগা-চিগা অংগ জোৰা লগাব পাৰি

ಅರ್ಥ : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা

ಉದಾಹರಣೆ : বেৰৰ লেপন শেষ হৈ গৈছে

ಸಮಾನಾರ್ಥಕ : অনুলেপন, লেপন

ಅರ್ಥ : দেৱাল আদিত লগোৱা চিমেণ্ট, আলতীয়া মাটি আদিৰ ডাঠ প্রলেপ

ಉದಾಹರಣೆ : নতুন প্লাষ্টাৰ কৰিবৰ কাৰণে তেওঁ ঘৰৰ পুৰণা প্লাষ্টাৰবোৰ এৰুৱাই আছে