ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ প্রয়োজন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

প্রয়োজন   বিশেষ্য

ಅರ್ಥ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

ಉದಾಹರಣೆ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

ಸಮಾನಾರ್ಥಕ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, মতলব, লক্ষ্য, হেতু

ಅರ್ಥ : আৱশ্যক হোৱা অৱস্থা বা ভাব

ಉದಾಹರಣೆ : এই পদবীৰ কাৰণে দৰকাৰতকৈ বেছি আবেদন পত্র আহিছে এই কামটো কৰিবৰ কাৰণে মোক তোমাৰ প্রয়োজন নাই

ಸಮಾನಾರ್ಥಕ : আৱশ্যকতা, দৰকাৰ

প্রয়োজন   বিশেষণ

ಅರ್ಥ : যিহৰ প্রয়োজনীয়তা আছে

ಉದಾಹರಣೆ : তেওঁ ্ কোনো দৰকাৰী কামৰ বাবে চহৰলৈ গৈছে

ಸಮಾನಾರ್ಥಕ : আৱশ্যক, জৰুৰত, জৰুৰী, দৰকাৰী, ্দর্কাৰী