ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
ಉದಾಹರಣೆ : প্রেম নিস্বার্থ ্ হʼব লাগে
ಸಮಾನಾರ್ಥಕ : অনুৰাগ, আসক্তি, পীৰিতি, প্রেম, ভালপোৱা, মহব্বত
ಅರ್ಥ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়
ಉದಾಹರಣೆ : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : অনুৰাগ, প্রণয়, প্রেম, ভালপোৱা
ಸ್ಥಾಪನೆ