ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো সময় বা ঘটনা আদিৰ আৰম্ভণিৰ সময়
ಉದಾಹರಣೆ : তেওঁ অনুষ্ঠানটোৰ প্রাৰম্ভিক প্রস্তুতিৰ কামত লাগি আছে
ಸಮಾನಾರ್ಥಕ : আৰম্ভিক, প্রাথমিক
ಅರ್ಥ : যাৰ আৰম্ভ হৈছে বা যি চলি আছে
ಉದಾಹರಣೆ : কিছুমান অসুবিধাৰ কাৰণে আৰম্ভ কৰা কামটো মাজতে বন্ধ কৰিব লগা হʼল
ಸಮಾನಾರ್ಥಕ : আৰম্ভ কৰা-, আৰম্ভক, আৰম্ভকাৰী, আৰম্ভণী, আৰম্ভণীয়
ಸ್ಥಾಪನೆ