ಅರ್ಥ : চলনশীল বস্তু আদিয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ কাৰণে সাজু হোৱা
ಉದಾಹರಣೆ :
এই ৰেলগাড়ীখনে দহ বজাত বাৰাণসীলৈ প্রস্থান কৰিব
ಸಮಾನಾರ್ಥಕ : ৰাওনা হোৱা
ಅರ್ಥ : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য
ಉದಾಹರಣೆ :
মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব
ಸಮಾನಾರ್ಥಕ : গমন কৰা, যোৱা, ৰাওনা হোৱা