ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শিলৰ টুকুৰা
ಉದಾಹರಣೆ : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
ಸಮಾನಾರ್ಥಕ : অশ্ম, উপল, পাথৰ, পাষাণ, শিলগুটি, শিলাখণ্ড, শৈলখণ্ড
ಅರ್ಥ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
ಉದಾಹರಣೆ : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
ಸಮಾನಾರ್ಥಕ : পাথৰ, শিল, শিলাখণ্ড
ಅರ್ಥ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অশ্ম, উপল, পাথৰ, পাষাণ, শিল, শিলা, ষ্টোন
ಸ್ಥಾಪನೆ