ಅರ್ಥ : শৃংগাৰ কৰা বা সজোৱা কার্য
ಉದಾಹರಣೆ :
কৃষ্ণৰ দ্বাৰা ৰাধাৰ প্রসাধনৰ পিছত কাব্যখনৰ পৰিসমাপ্তি ঘটে
ಅರ್ಥ : শৃংগাৰ বা সাজোন-কাচোনৰ সামগ্রী
ಉದಾಹರಣೆ :
বজাৰত দেশ-বিদেশৰ নানা তৰহৰ প্রসাধন সামগ্রী পোৱা যায়
ಸಮಾನಾರ್ಥಕ : প্রসাধন সামগ্রী