ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এছিয়া আৰু আমেৰিকাৰ মাজত থকা এখন মহাসাগৰ
ಉದಾಹರಣೆ : প্রশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰ
ಸಮಾನಾರ್ಥಕ : প্রশান্ত মহাসাগৰ
ಅರ್ಥ : যি উদ্বিগ্ন নহয়
ಉದಾಹರಣೆ : মোহনৰ জীৱন নিৰুদ্বিগ্ন
ಸಮಾನಾರ್ಥಕ : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, শান্ত
ಅರ್ಥ : যাৰ চিত্ত স্থিৰ
ಉದಾಹರಣೆ : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
ಸಮಾನಾರ್ಥಕ : অচঞ্চল, অমত্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত
ಸ್ಥಾಪನೆ