ಅರ್ಥ : কোনো কথা, পৰামর্শ আদিত প্রসন্নতা উপল্্ব্ধি কৰি প্রকাশ কৰা ভাব
ಉದಾಹರಣೆ :
মোৰ বক্তব্য সন্দর্ভত তেওঁ আনক দেখুৱাবলৈহে প্রশংসা কৰিছে
ಅರ್ಥ : কোনো বস্তু, ব্যক্তি আদি বা সিহঁতৰ গুণ তথা ভাল কথাৰ প্রসংগত কোৱা আদৰপূর্ণ ্ কথা:গোপালৰ সাহসক সকলোৱে প্রশংসা কৰিলে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : গুণ বসনা-, গুণ-যশ, গুণকীর্ত্তন, গুণানুকীর্ত্তন, গৌৰৱ গাঁথা, তাৰিফ, প্রশংসাবাক্য, প্রশস্তি, বাহবা, সাধুবাদ