ಅರ್ಥ : যিটো কামত লাগে
ಉದಾಹರಣೆ :
এই কিতাপখন লʼৰা-ছোৱালীৰ কাৰণে বৰ উপযোগী
ಸಮಾನಾರ್ಥಕ : উপযোগী, প্রয়োজনসাধক, প্রয়োজনীয়, লাগতিয়াল
ಅರ್ಥ : যিটো কʼৰবাত আৰোপ বা লগোৱা হৈছে
ಉದಾಹರಣೆ :
বিদ্যালয়ৰ দ্বাৰা প্রযোজ্য নিয়ম সকলো ছাত্র-ছাত্রীয়ে মানিব লাগিব