ಅರ್ಥ : কোনো মূলানুগত সত্যৰ আধাৰত প্রমাণিত কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত
ಉದಾಹರಣೆ :
তেওঁৰ গৱেষণা কর্মৰ সৈতে সম্বন্ধিত ১২০টা প্রমেয় আছে
ಅರ್ಥ : যি প্রমাণৰ বিষয় হʼব পাৰে
ಉದಾಹರಣೆ :
প্রমেয় বস্তুবোৰক সযতনে ৰখাটো আৱশ্যকীয়
ಅರ್ಥ : যি জুখিব পাৰি
ಉದಾಹರಣೆ :
তেওঁ প্রমেয় পদার্থৰ সূচী তৈয়াৰ কৰিলে
ಅರ್ಥ : যি সিদ্ধ কৰিব লাগে
ಉದಾಹರಣೆ :
গণিতজ্ঞই প্রমেয় সূত্রবোৰ বুজালে