ಅರ್ಥ : যʼত প্রভাৱ থাকে
ಉದಾಹರಣೆ :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
ಸಮಾನಾರ್ಥಕ : শক্তিশালী
ಅರ್ಥ : নিজৰ কাম বা প্রভাৱ দেখুৱাওতা
ಉದಾಹರಣೆ :
এইটো চর্দি-কাহৰ প্রভাৱকাৰী ঔষধ
ಸಮಾನಾರ್ಥಕ : প্রভাৱকাৰী, প্রমাণী
ಅರ್ಥ : কিহবাৰ ওপৰত যি প্রভাৱ বিস্তাৰ কৰে
ಉದಾಹರಣೆ :
চহৰ আৰু গাঁৱত প্রৱল ৰাজনীতিয়ে হিংসাক প্রৰোচিত কৰিছে
ಸಮಾನಾರ್ಥಕ : প্রৱল
ಅರ್ಥ : প্রভাৱ বা প্রতিক্রিয়া দিওঁতা
ಉದಾಹರಣೆ :
এই ঔষধ বৰ প্রভাৱশালী এই দৰব বৰ প্রতিক্রিয়াশীল
ಸಮಾನಾರ್ಥಕ : প্রতিক্রিয়াশীল