ಅರ್ಥ : ধার্মিক বা নৈতিক কথাক ভালদৰে হৃদয়ংগম কৰি কোৱা বা অর্থ বিস্তৃতভাৱে কোৱা কার্য
ಉದಾಹರಣೆ :
আমি সকলোৱে সাধুজনৰ প্রবচন শুনিয়েই আছিলোঁ
ಅರ್ಥ : পৰম্পৰা অনুসৰি চলি অহা কথা, বচন বা উক্তি আদি
ಉದಾಹರಣೆ :
প্রবচন অনুসৰি সন্ধিয়া বেলা দুৱাৰ-দলিত বহিব নাপায়
ಸಮಾನಾರ್ಥಕ : অনুশ্রুতি, প্রবাদ-প্রবচন