ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল
ಉದಾಹರಣೆ : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল
ಸಮಾನಾರ್ಥಕ : ৰাজ্য
ಅರ್ಥ : কোনো প্রদেশত বসবাস কৰা লোক
ಉದಾಹರಣೆ : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে
ಸಮಾನಾರ್ಥಕ : প্রান্ত, ৰাজ্য
ಅರ್ಥ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
ಉದಾಹರಣೆ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
ಸಮಾನಾರ್ಥಕ : দেশ, প্রান্তৰ, ৰাজ্য
ಅರ್ಥ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ಉದಾಹರಣೆ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
ಸಮಾನಾರ್ಥಕ : ক্ষেত্র, জেগা, ঠাই, থল, থান, ভূমি, স্থল, স্থান
ಅರ್ಥ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???
ಉದಾಹರಣೆ : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে
ಸ್ಥಾಪನೆ