ಅರ್ಥ : পুনৰ অহা বা ঘূৰি অহা কার্য
ಉದಾಹರಣೆ :
প্রত্যাৱর্তনৰ সময়ত আমি বাৰাণসী হৈ আহিম
ಅರ್ಥ : উভতি অহা কার্য ্বা ভাব
ಉದಾಹರಣೆ :
আজি শ্যাম গাঁৱৰ পৰা ঘূৰি অহা সম্ভৱ নহʼব
ಸಮಾನಾರ್ಥಕ : উভতি অহা, ঘূৰি অহা, প্রত্যাগমন, ফিৰি অহা
ಅರ್ಥ : পুনৰাই অহা বা দ্বিতীয়বাৰ অহা কার্য
ಉದಾಹರಣೆ :
অতিথিৰ পুনৰাগমনত গৃহস্থ হতবাক হʼল
ಸಮಾನಾರ್ಥಕ : পুনৰাগমন, প্রত্যাগমন