ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
ಉದಾಹರಣೆ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
ಸಮಾನಾರ್ಥಕ : আস্থা, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
ಅರ್ಥ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
ಉದಾಹರಣೆ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
ಸಮಾನಾರ್ಥಕ : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
ಅರ್ಥ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
ಉದಾಹರಣೆ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
ಅರ್ಥ : সামান্য মিল থকা
ಉದಾಹರಣೆ : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
ಸಮಾನಾರ್ಥಕ : আভা, আভাস
ಸ್ಥಾಪನೆ