ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : স্থাপন বা প্রতিষ্ঠা কৰা কার্য
ಉದಾಹರಣೆ : চকত গান্ধীজীৰ মূর্তিক স্থাপন কৰা হʼল
ಸಮಾನಾರ್ಥಕ : স্থাপন
ಅರ್ಥ : খ্যাত হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
ಸಮಾನಾರ್ಥಕ : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
ಅರ್ಥ : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
ಉದಾಹರಣೆ : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
ಸಮಾನಾರ್ಥಕ : গঠন, স্থাপনা
ಸ್ಥಾಪನೆ