ಅರ್ಥ : প্রতিনিধি হোৱাৰ ভাৱ
ಉದಾಹರಣೆ :
তেওঁ নিজৰ প্রতিনিধিত্বৰ দায়িত্ব ভালদৰে পালন কৰে
ಅರ್ಥ : প্রতিনিধি হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
এই সন্মিলনত ভাগ লোৱা আমাৰ সংস্থাৰ প্রতিনিধিত্ব এজন বিদ্বান লোকে কৰি আছে
ಅರ್ಥ : কাৰোবাৰ ফালৰ পৰা প্রতিনিধি বা এজেণ্ট হিচাপে কাম কৰা কার্য
ಉದಾಹರಣೆ :
মই প্রতিনিধিত্ব কৰিব নোৱাৰো
ಸಮಾನಾರ್ಥಕ : এজেঞ্চি