ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এক ধৰণৰ অৱস্থা বা একে মূলৰ পৰা উৎপন্ন বস্তু, জীৱ আদিৰ এনেকুৱা বর্গ যি সেই বস্তুটোক অন্য বস্তু বা জীৱৰ পৰা পৃথক কৰে
ಉದಾಹರಣೆ : এই বাগিছাখনত বিভিন্ন প্রকাৰৰ গোলাপ আছে
ಸಮಾನಾರ್ಥಕ : কিচিম, তৰহ, ধৰণ
ಅರ್ಥ : (জীৱবিজ্ঞান) কোনো জাতিত জীৱবোৰৰ এক বর্গ যি সমান বর্গবোৰৰ পৰা সাধাৰণ ৰূপত অলপ বেলেগ হয়
ಉದಾಹರಣೆ : সূক্ষ্মজীৱবোৰৰ এটা নতুন প্রকাৰৰ খবৰ পোৱা গৈছে
ಸಮಾನಾರ್ಥಕ : ফর্ম
ಸ್ಥಾಪನೆ