ಅರ್ಥ : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
ಉದಾಹರಣೆ :
চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
ಸಮಾನಾರ್ಥಕ : আলোকিত
ಅರ್ಥ : যিটো ছপা মাধ্যমত মানুহৰ সন্মুখলৈ আহিছে
ಉದಾಹರಣೆ :
শ্রীবাস্তৱদেৱে নিজৰ নতুনকৈ প্রকাশিত হোৱা কিতাপখনৰ এটা কপি মোক দিলে
ಅರ್ಥ : যি সকলোৰে সন্মুখত আছে বা সন্মুখলৈ আহিছে
ಉದಾಹರಣೆ :
কথাটো প্রকাশিত হৈছে যেতিয়া ভয় কৰিবলগীয়া কি আছে
ಸಮಾನಾರ್ಥಕ : আৱিভূত, প্রকটিত, প্রস্ফূটিত
ಅರ್ಥ : যিটো প্রকট কৰা হৈছে বা যাৰ অভিব্যঞ্জনা হৈছে
ಉದಾಹರಣೆ :
প্রকাশিত ভাৱক লুকুওৱাৰ চেষ্টা কিয় কৰি আছা
ಸಮಾನಾರ್ಥಕ : অভিব্যঞ্জিত, প্রকটিত, ব্যক্ত