ಅರ್ಥ : সম্বন্ধীয় ব্যক্তি আদিক নেদেখা ভাও জুৰি
ಉದಾಹರಣೆ :
তুমি আমাক নুসোধাকৈ পোনে-পোনে তেওঁৰ ্পৰা পইচা খুজি আনিলা!
ಅರ್ಥ : নুঘূৰাকৈ
ಉದಾಹರಣೆ :
আপুনি ইয়াৰ পৰা পোনে-পোনে যাৱক আৰু ডাকবঙলাৰ পৰা বাওঁ্ফালে যাব
ಅರ್ಥ : মধ্যস্থতা নোহোৱাকৈ
ಉದಾಹರಣೆ :
মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
ಸಮಾನಾರ್ಥಕ : চিধাকৈ, পোনপটীয়াকৈ