ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পৈতৃক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পৈতৃক   বিশেষ্য

ಅರ್ಥ : পিতৃৰ বা পিতৃৰ পৰা লাভ কৰা সম্পত্তি

ಉದಾಹರಣೆ : চৰকাৰী সম্পত্তি কাৰোৰে পৈতৃক নহয়

পৈতৃক   বিশেষণ

ಅರ್ಥ : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা

ಉದಾಹರಣೆ : তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে

ಅರ್ಥ : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে

ಉದಾಹರಣೆ : তেওঁ বংশগত ্ৰোগত ভুগিছে

ಸಮಾನಾರ್ಥಕ : আনুবংশিক, বংশগত, বংশানুক্রমিক

ಅರ್ಥ : পিতা সম্বন্ধীয়

ಉದಾಹರಣೆ : আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ