ಅರ್ಥ : ধন, টকা-পইচা আদি ৰাখিব পৰা লোহাৰ সৰু আলমাৰী
ಉದಾಹರಣೆ :
তেওঁ নিজৰ টকা-পইচা চন্দুকত ৰাখে
ಸಮಾನಾರ್ಥಕ : চন্দুক
ಅರ್ಥ : দুটা গধুৰ বস্তুৰ মাজত কোনো তৃতীয় বস্তু ভৰাই চেপিলে তাৰ পৰা ৰস ওলোৱা কার্য ্বা শালত চেপি ৰস বা গুটি উলিওৱা
ಉದಾಹರಣೆ :
কুঁহিয়াৰৰ ৰস উলিয়াবৰ কাৰণে তাক পেৰা হয়