ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পেলোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পেলোৱা   বিশেষ্য

ಅರ್ಥ : কোনো বস্তু পেলাই দিয়া কার্য

ಉದಾಹರಣೆ : কোনে এই ফলবোৰ পেলালে ?

ಸಮಾನಾರ್ಥಕ : অধঃপতন

পেলোৱা   ক্ৰিয়া

ಅರ್ಥ : প্রবাহক হেলনীয়াৰ ফালে লৈ যোৱা

ಉದಾಹರಣೆ : বান্ধৰ পানী নলাত পেলোৱা হয়

ಅರ್ಥ : কোনোবা সৰি পৰাত প্রবৃত্ত কৰা

ಉದಾಹರಣೆ : তেওঁ ্ঢকা মাৰি মোক পেলালে

ಸಮಾನಾರ್ಥಕ : পেলাই দিয়া

ಅರ್ಥ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা

ಉದಾಹರಣೆ : ডাষ্টবিনত জাবৰ পেলোৱা হয়

ಸಮಾನಾರ್ಥಕ : দলিওৱা, দলিয়া, নিক্ষেপ কৰা

ಅರ್ಥ : কোনো অন্যৰ দ্বাৰা পেলা

ಉದಾಹರಣೆ : সম্পত্তি পাবৰ বাবে দুষ্ট পুতেকে নিজৰ দেউতাকক ছাদৰ পৰা পেলোৱালে

ಅರ್ಥ : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া

ಉದಾಹರಣೆ : কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে

ಸಮಾನಾರ್ಥಕ : পেলাই দিয়া