ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তুৰ মধ্য ভাগ
ಉದಾಹರಣೆ : গুল্লীৰ পেটটো মোটা আৰু মূৰ দুটা জোঙা
ಅರ್ಥ : ভোজন কৰা পদার্থ পেটৰ ভিতৰত একগোট হৈ থকা মোনাৰ দৰে অংশ
ಉದಾಹರಣೆ : অধিক মছলাযুক্ত আহাৰ খালে পেটৰ গণ্ডগোল হʼব পাৰে
ಸಮಾನಾರ್ಥಕ : আমাশয়, উদৰ
ಅರ್ಥ : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি
ಉದಾಹರಣೆ : মই সাতটা পেটক ভৰাব লাগে
ಸಮಾನಾರ್ಥಕ : মুখ
ಅರ್ಥ : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
ಉದಾಹರಣೆ : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
ಸಮಾನಾರ್ಥಕ : চিত্ত, মগজু, মন, মানস
ಅರ್ಥ : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : উদৰ, গর্ভ, জঠৰ
ಅರ್ಥ : ফুলি থকা পেটৰ আগবাঢ়ি থকা অংশ
ಉದಾಹರಣೆ : নিয়মিত ব্যায়াম কৰিলে পেট নোলায়
ಸಮಾನಾರ್ಥಕ : উদৰ
ಸ್ಥಾಪನೆ