ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবাক নিজৰ ব্যঙ্গাত্মক কথাৰে মর্মাহত কৰা
ಉದಾಹರಣೆ : পৰীক্ষাত ভাল ফলাফল লাভ নকৰা কাৰণে ৰিতুক সকলোৱে ইতিকিং কৰিছিল
ಸಮಾನಾರ್ಥಕ : ইতিকিং কৰা, ইয়ার্কি কৰা, কটাক্ষ কৰা, ঠাট্টা কৰা, বিদ্রুপ কৰা, ব্যঙ্গোক্তি কৰা, লাজ দিয়া
ಸ್ಥಾಪನೆ