ಅರ್ಥ : পূর্বৰ ্কোনো ঘটনা বা পৰিস্থিতি যাৰ আগত বা সন্মুখত কোনো বিশেষ কথা বা ঘটনা থাকে আৰু যাৰ লগত মিলালে সেই কথা বা ঘটনাৰ ৰূপ স্পষ্ট হয়
ಉದಾಹರಣೆ :
এই ঘটনাৰ পৃষ্ঠভূমিও কʼব, তেতিয়াহে আমি কিবা বুজিব পাৰিম
ಅರ್ಥ : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল
ಉದಾಹರಣೆ :
এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে
ಸಮಾನಾರ್ಥಕ : পৃষ্ঠ-ভূমি
ಅರ್ಥ : কোনো ব্যক্তিৰ পূর্বৰ অনুভৱ, শিক্ষা আদি
ಉದಾಹರಣೆ :
এই কামৰ বাবে আপোনাৰ পৃষ্ঠভূমি বৰ মজবুত
ಅರ್ಥ : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ
ಉದಾಹರಣೆ :
এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে
ಸಮಾನಾರ್ಥಕ : পটভূমি, পৃষ্ঠ-ভূমি
ಅರ್ಥ : মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়
ಉದಾಹರಣೆ :
এই চিত্রখনৰ পৃষ্ঠভূমি অতি সুন্দৰ হৈছে
ಸಮಾನಾರ್ಥಕ : পশ্চাদপট