ಅರ್ಥ : সংকেত বা অনুমানেৰে কোনো বিষয় সম্বন্ধে কোৱা কার্য
ಉದಾಹರಣೆ :
অলপতে হোৱা প্রাকৃতিক ঘটনাৰ পূর্বানুমান কিছুমান বিশেষজ্ঞই আগতেই কৰিছিল
ಅರ್ಥ : প্রথমৰ পৰাই কৰা হোৱা অনুমান
ಉದಾಹರಣೆ :
এই বছৰ ভাল বৰষুণ হʼব বুলি পূর্বানুমান কৰা হৈছিল